আৰক্ষীৰ জোৱানক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলোৱাৰ অভিযোগত খানাপাৰাত গুলীবিদ্ধ প্ৰশান্ত বড়ো ওৰফে মেলা আৰু ৰাহুল দাস ওৰফে জুবিন।
DCP তাবুৰাম পেগুৱে জনোৱা মতে, দুয়োকে GMCHত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ অৱস্থা বৰ্তমান সুস্থিৰ।
চেইন থপিওৱাসহ একাধিক গোচৰত দুয়োৰে জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।
Assam, India | Oct 15, 2026