Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Notoadulteration
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Capacitybuilding
Educationforall
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Kalpanachawla
Bipinrawat
No video available

মাহমৰা: মাহমৰাৰ কোৰোকানি দেউৰী গাঁৱত বিজেপিৰ পদযাত্ৰাত উপস্থিত থাকে দেউৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ভৈৰৱ দেউৰী

Mahmora, Charaideo | Apr 11, 2024
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত কোৰোকানি দেউৰী গাঁৱত আজি বিয়লি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ সমৰ্থনত এক পদযাত্ৰা বাহিৰ কৰে ৷ এই পদযাত্ৰাত দেউৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰীৰ লগতে বিজেপি দলৰ বহুকেইগৰাকী দলীয় বিষয়ববীয়া আৰু কেইবা শতাধিক ৰাইজে অংশগ্ৰহন কৰে ৷

MORE NEWS