বিত্তমন্ত্ৰীয়ে ভাৰতীয় ৰে’ল বিভাগলৈ কঢ়িয়াই আনিলে নতুন আশাৰ ৰেঙণি
Assam, India | Feb 1, 2026 দেশজুৰি এটা নহয়, ৭টা নতুন দ্ৰুতবেগী ৰে’ল কৰিডৰ নিৰ্মাণৰ এক বৃহৎ মাষ্টাৰ প্লেন উন্মোচন কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। ইয়াৰ দ্বাৰা দীঘলীয়া দূৰত্ব ঘণ্টাত নহয়, মিনিটতে অতিক্ৰম কৰিব পৰা যাব । এই মেগা চৰকাৰী প্ৰকল্পৰ অধীনত সাতটা কৰিডৰ স্থাপনৰ কথা উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ।