Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

গুৱাহাটী: আজি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ, কাহিলীপাৰা বাসগৃহত ধৰ্মীয় ৰীতি-নীতিৰে আদ্যশ্ৰাদ্ধ

আজি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। সোমবাৰে ধৰ্মীয় ৰীতি-নীতিৰে কাহিলীপাৰাৰ বাসগৃহত আদ্যশ্ৰাদ্ধ। অগণন গুণমুগ্ধ উপস্থিত থাকি জনালে শ্ৰদ্ধাঞ্জলি। পত্নী গৰিমা গাৰ্গে অশ্ৰুসিক্ত নয়নেৰে কৰি গৈছে সকলো ৰীতি-নীতি।