Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
���मित_शाह
Breakingnews
���हिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
Crimenews
Kolkata
No video available

গুৱাহাটী: চানমাৰি কমাৰ্চ কলেজত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড, শ্বট চাৰ্কিটৰ ফলতে সংঘটিত হয় অগ্নিকাণ্ড

সোমবাৰে দিনৰ ৪.৩০ বজাত চানমাৰি কমাৰ্চ কলেজত সংঘটিত হয় ভয়ঙ্কৰ অগ্নিকাণ্ড ৷ কলেজৰ চৌহদত থকা এটা টেন্সফৰ্মাৰ পৰা হোৱা শ্বট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড হোৱাৰ সন্দেহ কৰা হৈছে ৷ অগ্নিকাণ্ডৰ ফলত নষ্ট হয় কলেজৰ শ্ৰেণীকোঠাৰ দৰ্জা খিৰিকীৰ আচবাব ৷ শিক্ষাৰ্থী সকলৰ তৎপৰতাত জুই নিৰ্বাপিত হয় ৷