বিহালী প্ৰাথমিক চিকিৎসায়ত চিকিৎসক নথকাৰ অভিযোগ।
দেওবাৰে মানুহৰ বেমাৰ নয়য় নেকি, দেওবাৰে মানুহৰ মৃত্যু নহয় নেকি, আজি পুৱা বিহালী খণ্ড প্ৰাথমিক চিকিৎসালয়ত এগৰাকী মহিলাই ৰোগী লৈ এইদৰে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু বিধায়ক, সাংসদ আৰু যুটীয়া সঞ্চালকক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে,✅✅✅#behalidarpan