♦️যুৱ উশৃংখলতাৰ বিপৰীতে দেশ মাতৃক সেৱা কৰিবলৈ আগবাঢ়ি আহিছে এজাক যুৱক-যুৱতী
♦️সেনা বাহিনীত যোগদান কৰাৰ উদ্দেশ্যে শাৰীৰিক অনুশীলনৰ প্ৰশিক্ষণ লোৱাত ব্যস্ত শ শ যুৱক- যুৱতী
♦️নিচা আৰু উশৃংখলতাৰ পৰা আঁতৰি ভাৰতীয় সেনা আৰু চৰাইদেউ জিলা প্ৰশাসনৰ প্ৰচেষ্টাক সহযোগ কৰিছে একাংশ যুৱক- যুৱতীয়ে