Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
���मित_शाह
���िल्ली
Breakingnews
���हिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
Crimenews
No video available

গুৱাহাটী: প্ৰজ্ঞান ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু খুচী ফাউণ্ডেচনৰ সহযোগত গুৱাহাটী প্ৰেছক্লাৱত মনিকাঞ্চন বঁটা প্ৰদান

বুধবাৰে দিনৰ ৩ বজাত গুৱাহাটী প্ৰেছক্লাৱত মনিকাঞ্চন বটাঁ প্ৰদান অনুষ্ঠান ৷ প্ৰজ্ঞান ফাউণ্ডেচনৰ উদ্যোগত খুচী ফাউণ্ডেচনৰ সহযোগত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জৰিত বহু কেইবাগৰাকী ব্যক্তিক প্ৰদান কৰা হয় মনিকাঞ্চন বটাঁ ৷ অনুষ্ঠানটোত উপস্থিত থাকে সমাজৰ বহু কেইগৰাকী গণ্যমান্য ব্যক্তি ৷