Public App Logo
Jansamasya
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
No video available

ভূৰাগাঁও: বিজেপিয়ে কোৰাণ শ্বৰিফ জ্বলোৱা বুলি ১ এপ্ৰিলত লাহৰীঘাটৰ বিধায়কে কৰা মন্তব্যৰ মঙ্গলবাৰে তিনিচুকীয়াত প্ৰতিক্ৰীয়া অগপ দলৰ।

Bhuragaon, Morigaon | Apr 9, 2024
যোৱা ১এপ্ৰিলত ভূৰাগাঁৱত অনুষ্ঠিত হৈছিল কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী সভা।সভাত অংশ গ্ৰহণ কৰি লাহৰীঘাট সমষ্টিৰ বিধায়ক আছিফ মহম্মদ নাজাৰে ভাষন প্ৰসঙ্গত বিজেপি চৰকাৰৰ দিনত কোৰাণ শ্বৰিফ জ্বলাই দিয়া হৈছিল বুলি মন্তব্য কৰিছিল।তেওঁৰ এনে মন্তব্যৰ পাছত সৰ্বতে প্ৰতিক্ৰীয়া সৃষ্টি হৈছে।মঙ্গলবাৰে সন্ধ্যা৬ বজাত নাজাৰৰ এনে মন্তব্যক ধিক্কাৰ দি তিনিচুকীয়াত অগপৰ লাহৰীঘাট বিধান পৰিষদৰ নেতৃবৃন্দয়ো তীব্ৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰে আৰু প্ৰশাসন তথা নিৰ্বাচনী আয়োগক ব্যৱস্হা গ্ৰহণৰ বাবে দাবী জনাই।