Public App Logo
Jansamasya
News
Maharashtra
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Madhya_pradesh
अनिल
Cm
Nsui
Pmmodi
Rahulgandhi
यूपी
कानपुर
Pm
Uttarpradesh
Haryana

মৰিগাঁও: মৈৰাবাৰীত জুৱেলাৰী দোকানত চুৰিকাণ্ড, কেইবা লক্ষাধিক টকাৰ আ অলংকাৰ চুৰি

Marigaon, Morigaon | Apr 14, 2026
মৈৰাবাৰীত জুৱেলাৰী দোকানত চুৰিকাণ্ড, কেইবা লক্ষাধিক টকাৰ আ অলংকাৰ চুৰি। মৈৰাবাৰী সমবায়ৰ সমীপত অৱস্থিত আজমেৰী জুৱেলাৰ্চ এণ্ড পলিচ হাউচত যোৱা নিশা চোৰে চলালে চাফাই অভিযান। ৰাতিৰ অন্ধকাৰৰ সুযোগ লৈ দোকান খনৰ তলা ভাঙি দোকানত প্ৰৱেশ কৰি কেইবা লাখ টকাৰ আ অলংকাৰ চোৰে লৈ যায়। ৰাতিপুৱা দোকানৰ মালিকে দোকান খুলিবলৈ আহি ঘটনাটো অৱগত হয়। পিছলৈ মৈৰাবাৰী আৰক্ষী থানাত অৱগত কৰাত মৈৰাবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
মৰিগাঁও: মৈৰাবাৰীত জুৱেলাৰী দোকানত চুৰিকাণ্ড, কেইবা লক্ষাধিক টকাৰ আ অলংকাৰ চুৰি - Marigaon News