সোণাৰি: সোণাৰি হাজোৱা চাহ বাগিছাত জঘন্য কাণ্ড মাতৃহীনা এটা ৮ বছৰীয়া শিশুক লম্পট পিতৃৰ ধৰ্ষণ
সোণাৰিৰ হাজো বাগিচাত মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ হাজোৱা চাহ বাগিছাত । নিজ পিতৃৰ কামণাৰ বলি হল এটি ৮ বছৰীয়া কন্যা শিশু । স্থানীয় ৰাইজে ঘটনাৰ বিষয়ে জানিব পাৰি গাওঁৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে লম্পট পিতৃক দেওবাৰে এক বজাত গ্ৰেপ্তাৰ কৰে।