Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Capacitybuilding
Educationforall
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Bipinrawat
Cds
No video available

সোণাৰি: সোণাৰিৰ নামতোলাত চাহাবুদ্দিন নামৰ আলফা স্বাধীনৰ লিংকমেন সন্দেহত সেনাই আটক

Sonari, Charaideo | Jun 16, 2024
চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ নামতোলা হাতীকেম্পৰ পৰা এজন আলফা স্বাধীনৰ লিংকমেনৰ সন্দেহত সেনাই আটক । চাহাবুদ্দিন নামৰ লোক জনে দীৰ্ঘদিন ধৰি আলফা স্বাধীনৰ সদস্যৰে ফোনেৰে যোগসূত্ৰ ৰক্ষা কৰি অহাৰ লগতে ব্যৱসায়ৰ পৰা ধন সংগ্ৰহ ঘটনাত জড়িত থকাৰ সন্দেহ । লোকজনক সেনাই আৰক্ষীক দেওবাৰে সাত বজাত চমজাই দিয়ে ।

MORE NEWS