Public App Logo
Jansamasya
News
Bjp
National
Police
Bihar
India
कांग्रेस
Gujarat
Accident
Congress
Modi
Delhi
Viral
मारपीट
Jharkhand
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Crimenews

⭕নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন ⭕আধাৰশিলা স্থাপন কৰে বিত্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই #nalbari #foundationlaiddown #Nalbaridevelopmentauthority #jayantamallabaruah #axombroadcast24

Nalbari, Nalbari | Aug 6, 2026

MORE NEWS

⭕বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ন ডেকাক ৰাজহুৱা সম্বৰ্ধনা বৰভাগ প্ৰেছ ক্লাবৰ 
⭕বৰভাগ প্ৰেছ ক্লাবৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে দহ লাখ টকাৰ আৰ্থিক অনুদান ঘোষণা বিধায়ক ডেকাৰ
#barbhagpressclub
#MLA 
#felicitation 
#Nalbari 
#journalist 
#axombroadcast24

⭕বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ন ডেকাক ৰাজহুৱা সম্বৰ্ধনা বৰভাগ প্ৰেছ ক্লাবৰ ⭕বৰভাগ প্ৰেছ ক্লাবৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে দহ লাখ টকাৰ আৰ্থিক অনুদান ঘোষণা বিধায়ক ডেকাৰ #barbhagpressclub #MLA #felicitation #Nalbari #journalist #axombroadcast24

Nalbari, Nalbari | Aug 7, 2026

⭕বৰক্ষেত্ৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আচনিৰ প্ৰ-পত্ৰ বিতৰণ অনুষ্ঠান 
⭕অনুষ্ঠানত অংশ লৈ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰ-পত্ৰ বিতৰণ কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই 
#cmnijutmaina 
#cmnijutbabu 
#Barkhetrycollege 
#narayandeka 
#axombroadcast24

⭕বৰক্ষেত্ৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আচনিৰ প্ৰ-পত্ৰ বিতৰণ অনুষ্ঠান ⭕অনুষ্ঠানত অংশ লৈ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰ-পত্ৰ বিতৰণ কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই #cmnijutmaina #cmnijutbabu #Barkhetrycollege #narayandeka #axombroadcast24

Nalbari, Nalbari | Aug 6, 2026

⭕মৰণফান্দত পৰিণত ওদালগুৰি-তামুলপুৰ ৰাষ্ট্ৰীয় ঘাইপথ 
⭕পথটোৰ ডিমাকুছি শুক্লাইত বাইক আৰু টাটা ডি আইৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন 
⭕নিহত জনৰ নাম সুনীল দাস 
⭕গুৰুতৰভাৱে আহত নালাপাৰাৰ ৰক্তিম কলিতাক জি এম চি এইচলৈ প্ৰেৰণ
⭕পথটোৰে চাহপাত কঢ়িয়াই অনা AS-01-GP-0436 নম্বৰ সম্বলিত এখন ডি আই বাহনেৰে AS-16-AC-3986 নম্বৰৰ পালছাৰ বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় ভয়ংকৰ পথ দূৰ্ঘটনা
#odalguridistrict 
#RoadAccident 
#onedeath 
#Injured
#axombroadcast24

⭕মৰণফান্দত পৰিণত ওদালগুৰি-তামুলপুৰ ৰাষ্ট্ৰীয় ঘাইপথ ⭕পথটোৰ ডিমাকুছি শুক্লাইত বাইক আৰু টাটা ডি আইৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন ⭕নিহত জনৰ নাম সুনীল দাস ⭕গুৰুতৰভাৱে আহত নালাপাৰাৰ ৰক্তিম কলিতাক জি এম চি এইচলৈ প্ৰেৰণ ⭕পথটোৰে চাহপাত কঢ়িয়াই অনা AS-01-GP-0436 নম্বৰ সম্বলিত এখন ডি আই বাহনেৰে AS-16-AC-3986 নম্বৰৰ পালছাৰ বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় ভয়ংকৰ পথ দূৰ্ঘটনা #odalguridistrict #RoadAccident #onedeath #Injured #axombroadcast24

Nalbari, Nalbari | Aug 4, 2026