ভূৰাগাঁও: বৃহস্পতি বাৰে নিশা সামৰণী পৰিল বালিজানত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত একনাম মহাযজ্ঞৰ কাৰ্যসূচী।
বৃহস্পতি বাৰে সামৰণী পৰিল বালিজানত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত একনাম মহাযজ্ঞৰ কাৰ্যসূচী। উল্লেখ্য যে বুধবাৰৰ পৰা বালিজানৰ ভক্তপ্ৰাণ ৰাইজৰ উদ্যোগত বালিজানত ৩য় বাৰ্ষিক একনাম মহাযজ্ঞ অনুষ্ঠান টি দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছিল। অনুষ্ঠান টিত অংশগ্ৰহণ কৰিছিল মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ভক্ত সকলে। বৃহস্পতি বাৰে নিশা ১০ বজাত ভকত বিদায় অনুষ্ঠানেৰে একনাম মহাযজ্ঞৰ দুদিনীয়া কাৰ্যসূচী সামৰণী পৰে ।