গুৱাহাটী: কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত চিআৰপিএফৰ সঞ্চালকপ্ৰধান জিপি সিং,জুবিনৰ পৰিয়ালক সমবেদনা জ্ঞাপন
শনিবাৰে কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত চিআৰপিএফৰ সঞ্চালকপ্ৰধান জিপি সিং।জুবিনক শেষ শ্ৰদ্ধা জনালে জিপি সিঙে। জুবিনৰ পৰিয়ালক সমবেদনা জনালে সিঙে। ‘জুবিন গাৰ্গৰ সৈতে মোৰ ৩০ বছৰৰ অধিক সম্পৰ্ক বুলি উল্লেখ।