Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
���मित_शाह
Breakingnews
���हिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
Crimenews
Kolkata
No video available

গুৱাহাটী: ফটাশিল আমবাৰিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত নিৰ্বাচন আয়োগৰ বাধাক লৈ গুৱাহাটী প্ৰেছ ক্লাৱত ভৰলু ব্লক কংগ্ৰেছৰ সদস্যৰ মত

বৃহস্পতিবাৰে দিনৰ ৪.৩০ বজাত ভৰলু ব্লক কংগ্ৰেছৰ সদস্য বনদ্বীপ দত্তই ফটাশিল আমবাৰিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত নিৰ্বাচন আয়োগে দিয়া বাধাৰ সন্দৰ্ভত মন্তব্য কৰে ৷ নিৰ্বাচন আয়োগে বিজেপিক সভা পাতিবলৈ দিয়ে কিন্ত কংগ্ৰেছক বাধা প্ৰদান কৰাত ক্ষোভ প্ৰকাশ কংগ্ৰেছৰ ৷ এনে কাৰ্যৰ পৰা আতৰি থকাৰ আহ্বান জনালে ভৰলু ব্লক কংগ্ৰেছৰ সদস্য বনদ্বীপ দত্তই ৷
গুৱাহাটী: ফটাশিল আমবাৰিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত নিৰ্বাচন আয়োগৰ বাধাক লৈ গুৱাহাটী প্ৰেছ ক্লাৱত ভৰলু ব্লক কংগ্ৰেছৰ সদস্যৰ মত - Guwahati News