সোণাৰি: জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত বিজেপিৰ যোগদান কাৰ্যসূচীত
উপস্থিত মন্ত্ৰী পীয়ুষ হাজৰিকা, সাংসদ,বিধায়ক
চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ত সোমবাৰে বিজেপিৰ বৃহৎ যোগদান কার্যসূচী অনুষ্ঠিত হৈ যায় । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি নৱাগতসকলক দললৈ আদৰণি জনোৱাৰ লগতে দলীয় কাৰ্যকৰ্তা সকলক সম্বোধন কৰে সাংসদ তপন গগৈয়ে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ।