Public App Logo
Jansamasya
News
Bjp
National
Police
Bihar
बिहार
India
कांग्रेस
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Jharkhand
Up
Rajasthan
Bollywood
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Cm
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh
Haryana

মিউজিক ট্যুৰিজিম আৰু ইভেণ্ট মেনেজমেণ্টক কেৰিয়াৰ হিচাপে লৈ সফল হোৱা বিহালীৰ জামুৱানি গাঁৱৰ যুৱক বিপ্লৱ পৰাজুলিৰ লগত ইক ট্যুৰিজিম , চাচটেইনবল ট্যুৰিজিম আৰু মিউজিক ট্যুৰিজিমৰ বিষয়ে কথা পাতিলো। #highlightseveryone #viralreels #fbreels #reelsvideo #follower Ritu Raj Duwarah

Biswanath, Biswanath | Jun 17, 2026

MORE NEWS

পুনৰ বিহালীত গৰু ভৰ্তি বাহন জব্দ।
 বৰগাং আৰক্ষী চকীৰ অন্তৰ্গত চেণ্টাৰ সমীপৰ নাকা চেকিঙত ৫৯ টা গৰু জব্দ।✅✅✅#behalidarpan

পুনৰ বিহালীত গৰু ভৰ্তি বাহন জব্দ। বৰগাং আৰক্ষী চকীৰ অন্তৰ্গত চেণ্টাৰ সমীপৰ নাকা চেকিঙত ৫৯ টা গৰু জব্দ।✅✅✅#behalidarpan

Biswanath, Biswanath | Jun 18, 2026

বিহালী বেদেতীৰ এৰাবাৰীত কালান্দী সমাজৰ গ্ৰাম পূজা, ✅✅✅#behalidarpan

বিহালী বেদেতীৰ এৰাবাৰীত কালান্দী সমাজৰ গ্ৰাম পূজা, ✅✅✅#behalidarpan

Biswanath, Biswanath | Jun 17, 2026

बेंगलुरु के IISC में अध्ययन करने स्थान प्राप्त, इस उपलब्धि पर विश्वनाथ चारियाली प्रेस क्लब ने दी बधाई

रिटायर्ड हाई स्कूल प्रिंसिपल सर्बानंद सैकिया और टीचर कल्पना सैकिया की इकलौती बेटी प्रार्थना प्रियं सैकिया ने ऑल इंडिया लेवल पर मास्टर्स के लिए जॉइंट एडमिशन टेस्ट (JAM) पास किया है। प्रार्थना प्रियं, जो पहले ही बनारस हिंदू यूनिवर्सिटी के केमिस्ट्री डिपार्टमेंट से बैचलर डिग्री की फाइनल परीक्षा पास कर चुकी हैं, जोकि अपने इलाके का नाम रोशन किया है।  इस उपलब्धि पर बिश्वनाथ प्रेस क्लब ने बधाई दी।

बेंगलुरु के IISC में अध्ययन करने स्थान प्राप्त, इस उपलब्धि पर विश्वनाथ चारियाली प्रेस क्लब ने दी बधाई रिटायर्ड हाई स्कूल प्रिंसिपल सर्बानंद सैकिया और टीचर कल्पना सैकिया की इकलौती बेटी प्रार्थना प्रियं सैकिया ने ऑल इंडिया लेवल पर मास्टर्स के लिए जॉइंट एडमिशन टेस्ट (JAM) पास किया है। प्रार्थना प्रियं, जो पहले ही बनारस हिंदू यूनिवर्सिटी के केमिस्ट्री डिपार्टमेंट से बैचलर डिग्री की फाइनल परीक्षा पास कर चुकी हैं, जोकि अपने इलाके का नाम रोशन किया है। इस उपलब्धि पर बिश्वनाथ प्रेस क्लब ने बधाई दी।

Biswanath, Biswanath | Jun 17, 2026

বাংগালুৰুৰ আই আই এছ চিত অধ্যয়ন কৰিবলৈ স্থান লাভ বিশ্বনাথৰ প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াৰ ✅✅✅#behalidarpan

বাংগালুৰুৰ আই আই এছ চিত অধ্যয়ন কৰিবলৈ স্থান লাভ বিশ্বনাথৰ প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াৰ ✅✅✅#behalidarpan

Biswanath, Biswanath | Jun 17, 2026

কদৰ্য্যময় পৰিৱেশত বিহালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌপাশ, মহিলা, যুৱতীৰ বাবে নাই প্ৰস্ৰাৱ, পাইখানাগাৰ। প্ৰতিটো অনুষ্ঠানৰ প্ৰাকক্ষণত স্বচ্ছতা অভিযান চলাই অহা অসমৰ চৰকাৰী অনুদান প্ৰতিষ্ঠানত এতিয়া কদৰ্য্যময় পৰিৱেশ, বিহালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ কৰ্মচাৰী বাহিৰে আধাৰ কাৰ্ড চেণ্টাৰ,অসম গ্ৰামীণ জীৱিকা অভিযান কাৰ্যালয়, পঞ্চায়তৰ বিভিন্ন কামৰ বাবে অহা মহিলা যুৱতীৰ বাবে নাই সুচল প্ৰস্ৰাৱ,পাইখানাগাৰ। শীঘ্ৰেই নিৰ্মাণৰ দাবী সচেতন লোকৰ।✅✅✅#behalidarpan