◾ ওদালগুৰিত অনুষ্ঠিত হ’ব অসম গোৰ্খা সন্মিলনৰ ২৮ সংখ্যক কেন্দ্ৰীয় ত্ৰি-বাৰ্ষিক অধিৱেশন।
◾ ১০ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈ মনপুৰ ষ্টেডিয়ামত ৪ দিনীয়া বৰ্ণিল কাৰ্যসূচী।
◾ প্ৰায় ৩ কোটি টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হ’ব কেন্দ্ৰীয় অধিৱেশন।
◾ অধিৱেশনক কেন্দ্ৰ কৰি ২৪খন উপ-সমিতিৰে ব্যাপক প্ৰস্তুতি আদৰণি সমিতিৰ।
◾ ৰিহণ দৈমাৰীৰ উপস্থিতিত উন্মোচন অধিৱেশনৰ কাৰ্যসূচী, পোষ্টাৰ আৰু ৰচিদ বহী।
◾ অসম আৰু ছিকিমৰ মুখ্যমন্ত্ৰীসহ বহু বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ।
◾ সকলোৰে সহায়-সহযোগিতা কামনা বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহণ দৈমাৰীৰ।