Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
रेलवे
Coronavirus
कांग्रेस
बीजेपी
Congress
Modi
Delhi
Viral
Dm
Rajasthan
Bollywood
Patna
Breakingnews
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Uttarakhand
जिलाधिकारी
Crimenews

পশ্চিম যোৰহাট: মৰিয়নি সম জিলা আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শন কৰে জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তই

Jorhat West, Jorhat | Jul 31, 2025
মৰিয়নি সম জিলা আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শন কৰে জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তই। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ছয় বাজি দহ মিনিটলৈকে পৰিদৰ্শন কৰে কাৰ্য্যালয় । আজি যোৰহাট জিলা আয়ুক্ত জয় শিৱানী আৰু জেষ্ঠ্য আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰয়ে লাহিং শুকানজান ভ্ৰমণ কৰি মৰিয়নী সম-জিলা আয়ুক্ত কাৰ্যালয়ৰ স্থান পৰিদৰ্শন কৰে।