জলহ ভাগ: শালবাৰী কেন্দ্ৰীয় শাখা ছাত্ৰ সন্থাই শালবাৰী বজাৰৰ মাজমজিয়াত জুবিন গাৰ্গৰ উচিত ন্যায় বিচাৰি বেনাৰ লগাই
সদৌ অসম ছাত্ৰ সন্থাৰ সিদ্ধান্ত অনুসৰি অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ অঞ্চলৰ ৰাজহুৱা স্থানত জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি হ'ৰ্ডিং, বেনাৰ আদি লগাব। এই সিন্ধান্তৰ প্ৰতি সহাৰি জনাই শালবাৰী কেন্দ্ৰীয় শাখা ছাত্ৰ সন্থাই শালবাৰী বজাৰৰ মাজমজিয়াত জুবিন গাৰ্গৰ উচিত ন্যায় বিচাৰি বেনাৰ লগোৱা হয়।