“শাসক হওক বা বিৰোধী—কাৰো অপমান কৰা উচিত নহয়। প্ৰধানমন্ত্ৰীৰ মাতৃ হওক বা আন কাৰোবাৰ মাতৃ, ভগ্নী, কন্যা—সকলোৰে প্ৰতি সন্মান থাকিব লাগে।” — বাবা ৰামদেৱ
ৰাহুল গান্ধীৰ ‘ছাত্ৰোঁ কি গুঞ্জ’ কাৰ্যসূচীত যোগগুৰু বাবা ৰামদেৱৰ মন্তব্য।
জাতি, বৰ্ণ, ভাষা বা ৰাজনৈতিক পৰিচয়ৰ ভিত্তিত অপমান কৰাটো গণতান্ত্ৰিক আৰু মানৱীয় নহয় বুলিও তেওঁ কয়।
Assam, India | Sep 20, 2026