লখিমপুৰ বাইপাছৰ কাষৰ চুকুলীভৰীয়াৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয় খেলপথাৰত অহা ২১ জুনৰ পৰা অনুষ্ঠিত হবলৈ গৈ আছে North East ভিতৰত প্ৰথম SEA WORLD CARNIVAL CUM ANANDA MELA-EXPO ,
এই SEA WORLD CARNIVAL CUM ANANDA MELA-EXPO আপুনি আপোনাৰ সন্তানৰ লগতে পৰিয়ালক দেখাব পাৰিব জলপৰীৰ সাঁতোৰ,
লগতে দেখা পাব সাগৰীয় বিভিন্ন বিধৰ মাছ-কাছ। তাৰোপৰি শিশু সকলৰ মনোৰঞ্জনৰ বিভিন্ন খেলাৰ , সামগ্ৰীৰ লগতে চকৰীৰ পৰা আৰম্ভ কৰি ANANDA MELAৰ সকলো সমাগ্ৰী উপলদ্ধ থাকিব ।।