Public App Logo
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু লক্ষীমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা সামৰণি পৰে। ৰঙানদী বিধানসভা সমষ্টিৰ ভিত্তিত কৰ্মশালাৰ আয়োজন কৰে আকাংক্ষা সাংস্কৃতিক কলা কেন্দ্ৰ, উত্তৰ লক্ষীমপুৰে। - North Lakhimpur News