Public App Logo
Jansamasya
News
Maharashtra
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Madhya_pradesh
अनिल
Cm
Nsui
Pmmodi
Rahulgandhi
यूपी
कानपुर
Pm
Uttarpradesh
Haryana

শিৱসাগৰ: প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ ১২ বছৰ সম্পূৰ্ণ শিৱসাগৰত জিলা বিজেপিৰ পূজা অৰ্চনা

Sibsagar, Sivasagar | Jun 10, 2026

MORE NEWS

Sibsagar, Sivasagar | Jul 29, 2026

শিৱসাগৰত বান পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই।

তাৰ মাজতে আজি শিৱসাগৰ কৰ্দৈগুৰি অঞ্চলত বানপানীৰ পিছত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে চুকাফা হস্পিটেলৰ উদ্যোগত এখন বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়।

যিসকল লোক বানপানীৰ ফলত অসুস্থতা, জ্বৰ, কাহ, ছালৰ সমস্যা, পানীবাহিত ৰোগ বা আন স্বাস্থ্যজনিত সমস্যাত ভুগি সকলোকে চিকিৎসা শিবিৰত চিকিৎসা ব্যৱস্থা কৰা হৈছে।

#news #HelpAssam #flooddonation  #floodreliefcamp #oursivasagar #sivasagar #Medicalcamp

শিৱসাগৰত বান পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই। তাৰ মাজতে আজি শিৱসাগৰ কৰ্দৈগুৰি অঞ্চলত বানপানীৰ পিছত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে চুকাফা হস্পিটেলৰ উদ্যোগত এখন বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। যিসকল লোক বানপানীৰ ফলত অসুস্থতা, জ্বৰ, কাহ, ছালৰ সমস্যা, পানীবাহিত ৰোগ বা আন স্বাস্থ্যজনিত সমস্যাত ভুগি সকলোকে চিকিৎসা শিবিৰত চিকিৎসা ব্যৱস্থা কৰা হৈছে। #news #HelpAssam #flooddonation #floodreliefcamp #oursivasagar #sivasagar #Medicalcamp

Sibsagar, Sivasagar | Jul 29, 2026

📌 ''এতিয়াও মানৱতা জীয়াই আছে"
📌" ভিতৰুৱা অঞ্চলত এতিয়াও পানীৰ মাজতে আছে মানুহ। সেইসকলকে দিয়কগৈ'' 
📌 বানাক্ৰান্ত কেইজনমান ককাৰ মানবীয়তা
#sivasagar #floodrelief

📌 ''এতিয়াও মানৱতা জীয়াই আছে" 📌" ভিতৰুৱা অঞ্চলত এতিয়াও পানীৰ মাজতে আছে মানুহ। সেইসকলকে দিয়কগৈ'' 📌 বানাক্ৰান্ত কেইজনমান ককাৰ মানবীয়তা #sivasagar #floodrelief

Sibsagar, Sivasagar | Jul 29, 2026

শিৱসাগৰ: প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ ১২ বছৰ সম্পূৰ্ণ শিৱসাগৰত জিলা বিজেপিৰ পূজা অৰ্চনা - Sibsagar News