বাক্সা: মথনগুৰী পৰষদীয় সমষ্টিৰ প্ৰাক্তন এমছিএলএ তথা প্ৰাক্তন ইএম গৌতম দাসৰ পিতৃৰ বিয়োগ
Baska, Baksa | Nov 12, 2025 মথনগুৰী পৰষদীয় সমষ্টিৰ প্ৰাক্তন এমছিএলএ তথা প্ৰাক্তন ইএম গৌতম দাসৰ পিতৃৰ বিয়োগ। জ্যোতিনগৰৰ বাসিন্দা, তথা বিশিষ্ট সমাজসেৱক মধুসূধন দাস আজি ৮৫ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰনত ইহলীলা সম্বৰণ কৰে। প্ৰাক্তন ইএম গৌতম দাসৰ পিতৃ তথা বিশিষ্ট সমাজসেৱক মধুসূধন দাস ৷