যোগ দিৱসৰ নামত ৫০ লাখ টকাৰ টেণ্ট — কিন্তু মুখ্যমন্ত্ৰী নাই, অধ্যক্ষ নাই, এজনো মন্ত্ৰী নাই!
অসম বিধানসভা চৌহদত যোগ দিৱসত তৰা হৈছিল অত্যাধুনিক ৫০ লাখ টকীয়া টেণ্ট। কিন্তু মুখ্যমন্ত্ৰী, বিধানসভা অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস আৰু চৰকাৰৰ এজনো মন্ত্ৰী তাত অনুপস্থিত। কেৱল দুজন বিধায়ক — দিগন্ত কলিতা আৰু ধিৰাজ গোৱালা।
অখিল গগৈৰ অভিযোগ — বিশ্বজিৎ দৈমাৰীৰ কালত অসম বিধানসভাত লুণ্ঠন হৈছিল। একেই পথত নতুন অধ্যক্ষৰ কাৰ্যকালতো যোগ দিৱসৰ দিনৰ পৰাই আৰম্ভ হৈছে নতুন লুণ্ঠন।
#AkhilGogoi #AssamAssembly #YogaDay #Corruption #NewzNow
Assam, India | Jun 23, 2026