গুৱাহাটী: বিজেপিয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা সন্দৰ্ভত হেদায়েৎপুৰ কাৰ্যালয়ত চিপিআইৰ নেতৃত্বৰ সংবাদমেল
শনিবাৰে দিনৰ ১২ বজাত চিপিআই নেতৃত্বই বিজেপিয়ে নিৰ্বাচনী আচৰণ বিধি ভঙ্গ কৰি লোভনীয় আঁচনিৰে জনসাধাৰণৰ মাজত প্ৰচাৰ চলোৱা সন্দৰ্ভত নিৰ্বাচনী আয়োগৰ ওচৰত দিয়া অভিযোগৰ সন্দৰ্ভত হেদায়েৎপুৰ কাৰ্যালয়ত সংবাদমেল চি পি আইৰ নেতৃত্বৰ ৷ অন্যহাতে চি পি আইৰ অভিযোগৰ পিছত নিৰ্বাচনী আয়োগে বিজেপিলৈ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰাৰ লগতে এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পৰা বিৰত থাকিবলৈ বিজেপি নিৰ্দেশ দিয়া সন্দৰ্ভত মন্তব্য কৰে ৷