দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা মানকাছাৰ জিলা BJP ৰ কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ এখন সভা অনুষ্ঠিত
বৃহস্পতিবাৰে দক্ষিণ শালমাৰা মানকাছাৰ জিলা BJP ৰ কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচন ৰ ফলাফলক লৈ এখন সভা অনুষ্ঠিত,উপস্থিত জিলা BJP ৰ সভাপতি অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন গাঁও পঞ্চায়তৰ ফলফল সম্পৰ্কে আজি দক্ষিণ শালমাৰা মানকাছাৰ জিলা BJP ৰ মুখ্য কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত জিলা বিজেপি ৰ সভাপতি ৰঞ্জিত কুমাৰ সাহা উপস্থিত থাকে আৰু বিভিন্ন গাঁও পঞ্চায়তৰ বিজয়ী প্ৰাথী আৰু দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে।