Public App Logo
Jansamasya
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
Indianews
New_delhi
Crpf
Viralvideo
Latestnews
Shorts
���ामनवमी
Cuttack
���द
No video available

সাপেখাতী: বৰপাত্ৰত বিজেপি চাহ জনগোষ্ঠী মৰ্চা গাওঁ চলৌ অভিযান চোতাল বৈঠকত চাহ জনগোষ্ঠী মৰ্চা চৰাইদেউ জিলা সমিতিৰ সভাপতি বিজয় ভূমিজ

Sapekhati, Charaideo | Feb 16, 2024
বিজেপি চাহ জনগোষ্ঠী মৰ্চা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত বৰপাত্ৰ চাহ বাগিচাত শুক্ৰবাৰে আবেলি ৩-৩০বজাত গাওঁ চলৌ অভিযান চোতাল বৈঠক অনুষ্ঠিত হয়।বৈঠকত চাহ জনগোষ্ঠী মৰ্চা চৰাইদেউ জিলা সমিতিৰ সভাপতি বিজয় ভৌমিজ,উপ-সভাপতি জয়ন্ত কুৰ্মী,সম্পাদকদ্বয় কাৰ্তিক উৰাং , দীপজ্যোতি বৰাইক,বৰহাট মণ্ডল চাহ জনগোষ্ঠী মৰ্চাৰ সাধাৰণ সম্পাদক দীপ তন্তবাই ,জিক কন্দপান শম্ভু কোঁৱৰ অংশগ্ৰহণ কৰে।