সাপেখাতী: লাকিলিত চাওঁতাল মহিলা সমিতিৰ সভা সম্পন্ন, সভাত এছু, চৰাইদেউ জিলা সমিতিৰ সভাপতি ময়ুৰ কৃষ্ণ হেমৰম
লাকিলিত চাওঁতাল মহিলা সমিতিৰ উদ্যোগত শুক্ৰবাৰে আবেলি ১বজাত চাওঁতাল মহিলা সমিতিৰ সভানেত্ৰী পূৰ্ণিমা মূৰ্মুৰ পৌৰোহিত্বত এখন সভা সম্পন্ন হয়।কল্পনা মাৰ্ডিয়ে আঁত ধৰা সভাত এছু, চৰাইদেউ জিলা সমিতিৰ সভাপতি ময়ুৰ কৃষ্ণ হেমৰম,বিহুবৰ,লাকিলীৰ গাঁৱৰ মাঝি বাবা,এছু,ৰ বৰহাট আঞ্চলিক সমিতিৰ সভাপতি ৰাজু মাৰ্ডিয়ে অংশগ্ৰহণ কৰে।