সাপেখাতী: পূব নলবৰীয়াত ৰাজহুৱা সভা সম্পন্ন, সভাত চাওঁতাল উন্নয়ন সন্থা,চৰাইদেউ জিলা সমিতিৰ সম্পাদক ৰাজীৱ মূৰ্মুৰ
পূব নলবৰীয়া পূৰ্বাঞ্চল আতু গ্ৰাম নামঘৰত আবেলি ২বজাত এখন ৰাজহুৱা সভা সম্পন্ন হয়।এই উপলক্ষে নিপেন কিস্কুৰ পৌৰোহিত্বত অনুষ্ঠিত সভাত চাওঁতাল উন্নয়ন সন্থা,চৰাইদেউ জিলা সমিতিৰ সম্পাদক ৰাজীৱ মূৰ্মুৰ,এছু,বৰহাট আঞ্চলিক সমিতিৰ সম্পাদক যতীন মূৰ্মুৰ, মাঝিবাবা হেৰেণ হেমৰম প্ৰমুখ্যে ভালেকেইজন লোকে অংশগ্ৰহণ কৰে।