Public App Logo
Jansamasya
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
No video available

মাহমৰা: হিংৰিজান চাহ বাগিচাত ৮৬ লাখ টকা ব্যয়সাপেক্ষে পাঁচটা পথৰ আধাৰশিলা স্থাপন কেবিনেট মন্ত্ৰী যোগেন মহনৰ

Mahmora, Charaideo | Mar 4, 2024
হিংৰিজান চাহ বাগিচাত আজি অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ SOPD-ODS আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া পাঁচটাকৈ পথৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে ৷ এই আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে চৰাইদেউ জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজন্ত বৰুৱা, মৰাণ নগৰ মণ্ডল বিজেপিৰ সভাপতি কমল চেতিয়াকে ধৰি কেইবাগৰাকীও দলীয় বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷

MORE NEWS