Public App Logo
Jansamasya
News
Maharashtra
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Madhya_pradesh
अनिल
Cm
Nsui
Pmmodi
Rahulgandhi
यूपी
कानपुर
Pm
Uttarpradesh
Haryana

হেলেম: গহপুৰত যানবাহন আৰক্ষী আৰু টমটম চালক সকলৰ মাজত সজাগতা

Helem, Biswanath | May 19, 2026

MORE NEWS

শিৱসাগৰলৈ গহপুৰৰ  কলাবাৰীবাসীৰ উদ্যোগত সদৌ কলাবাৰী বহাগী মেলা,পাঞ্চজন্য শিল্পী সমাজ, বিশ্বনাথ জিলা সাহিত্য সভা, পুথিভঁৰাল, ৰূপালী যুৱক সংঘ, নৱ উদীয়মান যুৱক সংঘ, ক্ৰীড়া সন্থা, জনকল্যাণ গোষ্ঠী, সতীৰ্থ কল্যাণ নিধি, কলাবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ২০২৩ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ -ছাত্ৰী আদিৰ সহযোগত বান সাহায্য প্ৰদান কৰিবলৈ যাব মানৱ দৰদী লোক সকল।
যাব দুশ পৰিয়ালৰ বাবে হাফ পেণ্ট, স্পৰ্টীং , ছাদৰ-মেখেলা, আঁঠুৱা, গামোচা,   তিনিশটা পৰিয়ালৰ বাবে খাদ্যৰ টোপোলা, ফেনাইল, ব্লিচিং, ঔষধৰ টোপোলা, পানীৰ ব্যৱস্থা ।

#public #friends #highlights #news #viral #reels #everyone #facebook #flood

শিৱসাগৰলৈ গহপুৰৰ কলাবাৰীবাসীৰ উদ্যোগত সদৌ কলাবাৰী বহাগী মেলা,পাঞ্চজন্য শিল্পী সমাজ, বিশ্বনাথ জিলা সাহিত্য সভা, পুথিভঁৰাল, ৰূপালী যুৱক সংঘ, নৱ উদীয়মান যুৱক সংঘ, ক্ৰীড়া সন্থা, জনকল্যাণ গোষ্ঠী, সতীৰ্থ কল্যাণ নিধি, কলাবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ২০২৩ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ -ছাত্ৰী আদিৰ সহযোগত বান সাহায্য প্ৰদান কৰিবলৈ যাব মানৱ দৰদী লোক সকল। যাব দুশ পৰিয়ালৰ বাবে হাফ পেণ্ট, স্পৰ্টীং , ছাদৰ-মেখেলা, আঁঠুৱা, গামোচা, তিনিশটা পৰিয়ালৰ বাবে খাদ্যৰ টোপোলা, ফেনাইল, ব্লিচিং, ঔষধৰ টোপোলা, পানীৰ ব্যৱস্থা । #public #friends #highlights #news #viral #reels #everyone #facebook #flood

Helem, Biswanath | Jul 29, 2026

ডিগবৈত বানাক্ৰান্ত সকলক ফেচবুকত বিতৰ্কিত পোষ্ট দি ৰাইজৰ ৰোষত নমিতা বৰা।

#public #friends #news #viral #reels #everyone #facebook

ডিগবৈত বানাক্ৰান্ত সকলক ফেচবুকত বিতৰ্কিত পোষ্ট দি ৰাইজৰ ৰোষত নমিতা বৰা। #public #friends #news #viral #reels #everyone #facebook

Helem, Biswanath | Jul 29, 2026

গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আকৌ পথ দুৰ্ঘটনা ।গুৰুত্বৰ ভাৱে আহত এজন মটৰ চাইকেল আৰোহী।

#public #friends #highlights #news #viral #reels #everyone #facebook #police #Gohpur #barta24x7

গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আকৌ পথ দুৰ্ঘটনা ।গুৰুত্বৰ ভাৱে আহত এজন মটৰ চাইকেল আৰোহী। #public #friends #highlights #news #viral #reels #everyone #facebook #police #Gohpur #barta24x7

Helem, Biswanath | Jul 28, 2026

গহপুৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ অৱস্থান ধৰ৩। BTR চুক্তি পুনৰ নিৰীক্ষণৰ দাবীত এই দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। 

125 বিল ৰূপায়ন কৰা, BTR ৰ বাহিৰত থকা বড়ো জনগোষ্ঠী‌ অধ্যুক্ষিত গাঁও সমুহ‌ BTR পৰিষদত অন্তৰ্ভুক্ত কৰা, জনজাতীয় জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী‌ সকলক Schoolership প্ৰদান কৰা, ৰাজ্যৰ বাহিৰৰ বড়ো জনগোষ্ঠী‌ লোক সকলক জনজাতি‌ (H) ৰ মৰ্যাদা প্ৰদান কৰা আদি বিভিন্ন দাবীত বিশ্বনাথ জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। 
কাৰ্যসূচীত উপস্থিত থাকি নিখিল বড়ো ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ সমিতিৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী‌ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বি টি আৰ চুক্তি পুনৰীক্ষণ কৰাৰ লগতে ওপৰোক্ত দাবী সমুহ ৰূপায়ন কৰাৰ‌ বাবে আহ্বান জনায় অন্যথা অনাগত দিনত নিখিল বড়ো ছাত্ৰ সন্থাই তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলিও সকীয়াই দিয়ে।

#public #friends #highlights #news #viral #reels #everyone #facebook

গহপুৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ অৱস্থান ধৰ৩। BTR চুক্তি পুনৰ নিৰীক্ষণৰ দাবীত এই দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। 125 বিল ৰূপায়ন কৰা, BTR ৰ বাহিৰত থকা বড়ো জনগোষ্ঠী‌ অধ্যুক্ষিত গাঁও সমুহ‌ BTR পৰিষদত অন্তৰ্ভুক্ত কৰা, জনজাতীয় জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী‌ সকলক Schoolership প্ৰদান কৰা, ৰাজ্যৰ বাহিৰৰ বড়ো জনগোষ্ঠী‌ লোক সকলক জনজাতি‌ (H) ৰ মৰ্যাদা প্ৰদান কৰা আদি বিভিন্ন দাবীত বিশ্বনাথ জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। কাৰ্যসূচীত উপস্থিত থাকি নিখিল বড়ো ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ সমিতিৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী‌ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বি টি আৰ চুক্তি পুনৰীক্ষণ কৰাৰ লগতে ওপৰোক্ত দাবী সমুহ ৰূপায়ন কৰাৰ‌ বাবে আহ্বান জনায় অন্যথা অনাগত দিনত নিখিল বড়ো ছাত্ৰ সন্থাই তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলিও সকীয়াই দিয়ে। #public #friends #highlights #news #viral #reels #everyone #facebook

Helem, Biswanath | Jul 27, 2026

তিনি দিনীৰ পাছত উদ্বাৰ হল বুৰৈ নৈত নিখোঁজ হোৱা শিৱ দাসৰ মৃতদেহ।
NDRF আৰু SDRF বাহিনীৰ যুটীয়া অভিযানত কুৰুৱা পথাৰ সমিপৰ বুৰৈ নৈত উদ্বাৰ মৃতদেহ। 

গহপুৰৰ হেলেমৰ বুৰৈ নৈত শনিবাৰে গা ধুবলৈ গৈ সলিল সমাধি ঘটিছিল শিৱ দাসৰ।শনিবাৰৰ পৰা SDRF বাহিনীয়ে  অভিযান চলাইছিল যদিও উদ্বাৰ কৰিবলৈ সক্ষম হোৱা নাছিল মৃতদেহ।
তিনি দিনৰ  পাছত আজি NDRF আৰু SDRF বাহিনীয়ে উদ্বাৰ কৰিবলৈ সক্ষম হৈছে শিৱ দাসৰ নিথৰ দেহ।
শিৱ দাসৰ মৃত্যুত সমগ্ৰ মিছামাৰী অঞ্চলত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে।

#public #friends #highlights #news #viral #reels #everyone #facebook #police #Gohpur #barta24x7

তিনি দিনীৰ পাছত উদ্বাৰ হল বুৰৈ নৈত নিখোঁজ হোৱা শিৱ দাসৰ মৃতদেহ। NDRF আৰু SDRF বাহিনীৰ যুটীয়া অভিযানত কুৰুৱা পথাৰ সমিপৰ বুৰৈ নৈত উদ্বাৰ মৃতদেহ। গহপুৰৰ হেলেমৰ বুৰৈ নৈত শনিবাৰে গা ধুবলৈ গৈ সলিল সমাধি ঘটিছিল শিৱ দাসৰ।শনিবাৰৰ পৰা SDRF বাহিনীয়ে অভিযান চলাইছিল যদিও উদ্বাৰ কৰিবলৈ সক্ষম হোৱা নাছিল মৃতদেহ। তিনি দিনৰ পাছত আজি NDRF আৰু SDRF বাহিনীয়ে উদ্বাৰ কৰিবলৈ সক্ষম হৈছে শিৱ দাসৰ নিথৰ দেহ। শিৱ দাসৰ মৃত্যুত সমগ্ৰ মিছামাৰী অঞ্চলত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে। #public #friends #highlights #news #viral #reels #everyone #facebook #police #Gohpur #barta24x7

Helem, Biswanath | Jul 27, 2026