ধিং: ধিং আৰক্ষীয়ে শালকাটি পথাৰ গাঁৱত অভিযান চলাই পাঁচটা ড্ৰাগছভৰ্তি চাবোনৰ বাকচসহ গ্ৰেপ্তাৰ কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক
Dhing, Nagaon | Nov 22, 2024 শুক্ৰবাৰে সন্ধিয়া প্ৰায় পাঁচ বাজি ৩০ মিনিটত ধিং আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান। পাঁচটা ড্ৰাগছ ভৰ্তি চাবুনৰ বাকচ সহ গ্ৰেপ্তাৰ এটা ড্ৰাগছ সৰবৰাহকাৰী।ড্ৰাগছ মাফিয়াটোৰ নাম আব্দুল আৱাল। ধিং আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমক্ষেদি ধিং আৰক্ষী থানাৰ অন্তৰ্গত শালকাটি পথাৰৰ আব্দুল আৱাল নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ ঘৰত অভিযান চলাই পাঁচটা ড্ৰাগছ ভৰ্তি চাবুনৰ বাকচ সহ গ্ৰেপ্তাৰ কৰে ড্ৰাগছ মাফিয়াটোক।উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰীটোৱে বহু দিনৰ পৰা শালকাটি পথাৰ গাঁৱত চলাই আছ