Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
���मित_शाह
Breakingnews
���हिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
Crimenews
Kolkata
No video available

গুৱাহাটী: পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে মহানগৰীৰ গণেশগুৰি বজাৰত হস্ত-তাঁত বস্ত্ৰশিল্প বিভাগৰ অভিযান

শনিবাৰে দিনৰ ২ বজাত গণেশগুৰি বজাৰত দিছপুৰ আৰক্ষীৰ সহযোগত হস্ত-তাত বস্ত্ৰ শিল্প বিভাগৰ অভিযান বজাৰৰ প্ৰতিখন ব্যৱসায়ী প্ৰতিষ্ঠানত উপলব্ধ হোৱা পাৱাৰলুমৰ গামোচা জব্দ কৰিছে অভিযানকাৰী দলটোৱে ৷ ইয়াকে লৈ ক্ষুদ্ৰ ব্যৱসায়ী সকলে পৰিৱেশ উত্তপ্ত কৰি তোলে ৷ ইফালে ক্ষুদ্ৰ ব্যৱসায়িৰ অভিযোগ ফাঁচী বজাৰত একাংশ পাইকাৰী ব্যৱসায়ীয়ে বিক্ৰী কৰি আছে পাৱাৰলুমৰ গামোচা, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কিয় নকৰে বুলি প্ৰশ্ন খুচুৰা ব্যৱসায়ী সকলৰ ৷
গুৱাহাটী: পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে মহানগৰীৰ গণেশগুৰি বজাৰত হস্ত-তাঁত বস্ত্ৰশিল্প বিভাগৰ অভিযান - Guwahati News