শিৱসাগৰলৈ গহপুৰৰ কলাবাৰীবাসীৰ উদ্যোগত সদৌ কলাবাৰী বহাগী মেলা,পাঞ্চজন্য শিল্পী সমাজ, বিশ্বনাথ জিলা সাহিত্য সভা, পুথিভঁৰাল, ৰূপালী যুৱক সংঘ, নৱ উদীয়মান যুৱক সংঘ, ক্ৰীড়া সন্থা, জনকল্যাণ গোষ্ঠী, সতীৰ্থ কল্যাণ নিধি, কলাবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ২০২৩ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ -ছাত্ৰী আদিৰ সহযোগত বান সাহায্য প্ৰদান কৰিবলৈ যাব মানৱ দৰদী লোক সকল।
যাব দুশ পৰিয়ালৰ বাবে হাফ পেণ্ট, স্পৰ্টীং , ছাদৰ-মেখেলা, আঁঠুৱা, গামোচা, তিনিশটা পৰিয়ালৰ বাবে খাদ্যৰ টোপোলা, ফেনাইল, ব্লিচিং, ঔষধৰ টোপোলা, পানীৰ ব্যৱস্থা ।
#public #friends #highlights #news #viral #reels #everyone #facebook #flood
Helem, Biswanath | Jul 29, 2026