Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
बीजेपी
Uttar_pradesh
Accident
Congress
Modi
Delhi
Viral
Crime
Up
Bollywood
दिल्ली
Breakingnews
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Telangana
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

उत्तर पूर्वी क्षेत्र के 20 राष्ट्रीय जलमार्गों पर अंतर्देशीय जल परिवहन को आसान बनाने के उपायों पर चर्चा की गई

Assam, India | Nov 27, 2024

MORE NEWS

ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰতে  পাব FIFA world cup football ৰ প্ৰতিখন মেচৰ আমেজ।আজিৰে পৰা Big screen ত FIFA world cup football ৰ পোনপটীয়া সম্প্ৰচাৰ।অসম পৰ্যটন উন্নয়ন নিগমৰ উদ্যোগত "মুখ্যমন্ত্ৰী ফিফা ফেন পাক" ৰ সুন্দৰ আয়োজন।
#rituparnabaruah 
#FIFAWorldCup2026 
#assamtourismm

ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰতে পাব FIFA world cup football ৰ প্ৰতিখন মেচৰ আমেজ।আজিৰে পৰা Big screen ত FIFA world cup football ৰ পোনপটীয়া সম্প্ৰচাৰ।অসম পৰ্যটন উন্নয়ন নিগমৰ উদ্যোগত "মুখ্যমন্ত্ৰী ফিফা ফেন পাক" ৰ সুন্দৰ আয়োজন। #rituparnabaruah #FIFAWorldCup2026 #assamtourismm

Dibrugarh East, Dibrugarh | Jun 30, 2026

ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সাধাৰণ সভা সম্পন্ন! অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক বিপিন শৰ্মা সভাপতি আৰু অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰা সম্পাদক। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা সাধাৰণ সভাত জিলা খনৰ বিভিন্ন সাংবাদিক সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ।
#jurnalism 
#jurnalistunion

ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সাধাৰণ সভা সম্পন্ন! অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক বিপিন শৰ্মা সভাপতি আৰু অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰা সম্পাদক। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা সাধাৰণ সভাত জিলা খনৰ বিভিন্ন সাংবাদিক সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ। #jurnalism #jurnalistunion

Dibrugarh East, Dibrugarh | Jun 30, 2026

নিয়ন্ত্ৰণ হেৰুৱাইছে ডিব্ৰুগড় জালান বাছ আস্থানৰ কৰ্তৃপক্ষই!

🛑 আস্থানত ঠাই নথকাত ৰাষ্ট্ৰীয় ঘাইপথেই এতিয়া বাছ-ট্ৰেভেলাৰৰ অস্থায়ী ষ্টেণ্ড!

⚠️ যাত্ৰী উঠা-নমাৰ নামত ঘাইপথতে চলিছে বাছৰ ভিৰ — যিকোনো মুহূৰ্ততে ঘটিব পাৰে ভয়ংকৰ দুৰ্ঘটনা!

❓প্ৰশাসন আৰু পৰিবহণ বিভাগৰ নীৰৱতা কিয়? কোনে ল'ব এই অব্যৱস্থাৰ দায়িত্ব?

নিয়ন্ত্ৰণ হেৰুৱাইছে ডিব্ৰুগড় জালান বাছ আস্থানৰ কৰ্তৃপক্ষই! 🛑 আস্থানত ঠাই নথকাত ৰাষ্ট্ৰীয় ঘাইপথেই এতিয়া বাছ-ট্ৰেভেলাৰৰ অস্থায়ী ষ্টেণ্ড! ⚠️ যাত্ৰী উঠা-নমাৰ নামত ঘাইপথতে চলিছে বাছৰ ভিৰ — যিকোনো মুহূৰ্ততে ঘটিব পাৰে ভয়ংকৰ দুৰ্ঘটনা! ❓প্ৰশাসন আৰু পৰিবহণ বিভাগৰ নীৰৱতা কিয়? কোনে ল'ব এই অব্যৱস্থাৰ দায়িত্ব?

Dibrugarh East, Dibrugarh | Jun 29, 2026