Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

গৰৈমাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় এলেকাৰ বিভিন্ন পঞ্চায়তে পঞ্চায়তে অভিযন্তা কমেলশ্বৰ কলিতাৰ বিৰুদ্ধে একাধিক দুৰ্নীতিৰ অভিযোগ!

Goroimari, Kamrup | Jul 25, 2026

MORE NEWS

শশুৰেকৰ সৈতে স্বামীৰ ঘৰলৈ আহি থকা পথতে সন্ধানহীন পুত্ৰবোৱাৰী।
মাত্ৰ দুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা বোৱাৰী সন্ধানহীন হোৱাৰ ঘটনাই অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্য।
 ইফালে কোনো সদাশয় ব্যক্তিয়ে ছানিয়াৰাৰ সন্ধান পালে ৭০৮৬৯ ১৫৫৯২ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে।

শশুৰেকৰ সৈতে স্বামীৰ ঘৰলৈ আহি থকা পথতে সন্ধানহীন পুত্ৰবোৱাৰী। মাত্ৰ দুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা বোৱাৰী সন্ধানহীন হোৱাৰ ঘটনাই অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্য। ইফালে কোনো সদাশয় ব্যক্তিয়ে ছানিয়াৰাৰ সন্ধান পালে ৭০৮৬৯ ১৫৫৯২ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে।

Goroimari, Kamrup | Jul 30, 2026

ৰাজ্যত কাঠফুলাৰ দৰে বৃদ্ধি পাইছে ব্যক্তিগত বিদ্যালয় 
এইবাৰ বিদ্যালয়ৰ নামক লৈ আজব বিতৰ্ক! 
কামৰূপ জিলাৰ গৰৈমাৰীৰ টপাৰপথাৰ গাঁৱত এখন ব্যক্তিগত বিদ্যালয়ৰ নামক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

ৰাজ্যত কাঠফুলাৰ দৰে বৃদ্ধি পাইছে ব্যক্তিগত বিদ্যালয় এইবাৰ বিদ্যালয়ৰ নামক লৈ আজব বিতৰ্ক! কামৰূপ জিলাৰ গৰৈমাৰীৰ টপাৰপথাৰ গাঁৱত এখন ব্যক্তিগত বিদ্যালয়ৰ নামক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

Goroimari, Kamrup | Jul 30, 2026

দিল্লীৰ ছাত্ৰ আন্দোলনৰ সমৰ্থন জনায় কলা বেজ পৰিধান কৰি আমছুৰ প্ৰতিবাদ।
 দক্ষিণ কামৰূপৰ সোণতলীত শুক্ৰবৰীয়া নামাজৰ পাছত আমছুৰ উত্তাল প্ৰতিবাদ।

দিল্লীৰ ছাত্ৰ আন্দোলনৰ সমৰ্থন জনায় কলা বেজ পৰিধান কৰি আমছুৰ প্ৰতিবাদ। দক্ষিণ কামৰূপৰ সোণতলীত শুক্ৰবৰীয়া নামাজৰ পাছত আমছুৰ উত্তাল প্ৰতিবাদ।

Goroimari, Kamrup | Jul 29, 2026