শশুৰেকৰ সৈতে স্বামীৰ ঘৰলৈ আহি থকা পথতে সন্ধানহীন পুত্ৰবোৱাৰী।
মাত্ৰ দুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা বোৱাৰী সন্ধানহীন হোৱাৰ ঘটনাই অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্য।
ইফালে কোনো সদাশয় ব্যক্তিয়ে ছানিয়াৰাৰ সন্ধান পালে ৭০৮৬৯ ১৫৫৯২ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে।
Goroimari, Kamrup | Jul 30, 2026