অতি দুৰ্ভাগ্যজনক। বৰ মৰ্মাহত হৈছোঁ।
মোমায়েকৰ সৈতে পূজা চাবলৈ গৈ ঘৰলৈ ঘুৰি নাহিল হৃতিকা, কৃতিকা । হেলেমৰ মিছামাৰীৰ কিৰণ গুপ্তাৰ দুই কন্যা হৃতিকা আৰু কৃতিকা গহপুৰৰ মোমায়েকৰ ঘৰলৈ গৈ মোমায়েকৰ সৈতে মটৰ চাইকেলত পূজা চাবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি ললে দুই ভগ্নীয়ে। দুই ভগ্নী হৃতিকা গুপ্তা (8) আৰু কৃতিকা গুপ্তা (6). দুয়ো মিছামাৰী স্থিত ষ্টেলা মেৰিজ স্কুলৰ ক্ৰমে দ্বিতীয় আৰু UKG ৰ ছাত্ৰী আছিল।
দুয়ো কণমানি ছাত্ৰীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।
!!!! ঔঁম শান্তি ঔঁম শান্তি ঔঁম শান্তি!!!