বিধায়ক মুনিন্দ্ৰ দাসৰ পিতৃৰ বিয়োগত মৰ্ণিং ক্লাৱৰ শোক প্ৰকাশ
বিহালী সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত মুনিন্দ্ৰ দাস ডাঙৰীয়াৰ পিতৃৰ বিয়োগত আজি ২২ অক্টোবৰ, ২০২৬ তাৰিখে মৰ্ণিং ক্লাৱৰ এটি প্ৰতিনিধি দলে তেখেতসকলৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰে আৰু গভীৰ সমবেদনা জ্ঞাপন কৰে। ক্লাৱৰ সদস্যসকলে প্ৰয়াত ব্যক্তিগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা প্ৰকাশ কৰে।✅✅✅#behalidarpan