Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
जनसमस्या
कांग्रेस
चोरी
Accident
Congress
Modi
Delhi
Viral
Crime
Rajasthan
Bollywood
Patna
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Nsui
उत्तरप्रदेश
Madhyapradesh
Pmmodi
bilasipara24
বাকপাৰা স্পর্টছ ক্লাব এন্ড লাইব্ৰেৰীৰ সৌজন্যত অনুষ্ঠিত হ'বলগীয়া বিৰাট নাওঁ খেল প্রতিযোগিতাক লৈ আৰক্ষী প্ৰশাসনৰ দৃষ্টি আকর্ষণ কৰিবলৈ অনুৰোধ জনায় সচেতন ৰাইজে। #assamne24 #peoplesnortheast #virelvideo #dhubri #bilasiparanews #CMOASSAM #bilashipara #bilasiparahometown
Bilasipara Part, Dhubri
| Sep 15, 2026
#assamne24
#peoplesnortheast
#virelvideo
#dhubri
#bilasiparanews
#cmoassam
#bilashipara
#bilasiparahometown
MORE NEWS
বহু প্ৰত্যাশিত ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চৰুৱাবাখৰাত আদানি তাপ বিদ্যুৎ প্ৰকল্পৰ আজি ভূমি পূজন অনুষ্ঠান। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আজি আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে এই প্ৰত্যাশিত প্ৰকল্পটো
Bilasipara Part, Dhubri | Sep 20, 2026
বহু প্ৰত্যাশিত ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চৰুৱাবাখৰাত আদানি তাপ বিদ্যুৎ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠান। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আজি আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰিব এই প্ৰত্যাশিত প্ৰকল্পটো।
Bilasipara Part, Dhubri | Sep 20, 2026
👉বিলাসীপাৰাৰ কাজাইকাটা ষষ্ট খণ্ড গাওঁত সংঘটিত হয় এক লোমহৰ্ষক হত্যা কাণ্ড। 👉নিশা খেতি পথাৰত তেজৰে তুমুৰলি হৈ পৰি থকা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ। 👉মুৰত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহ প্ৰত্যক্ষ দৰ্শীৰ। 👉
Bilasipara Part, Dhubri | Sep 20, 2026
👉সোধ-পোছৰ বাবে স্বামী জমৰ আলীক থানা লৈ যোৱাৰ সময়ত। বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। 👉প্ৰকৃত হত্যাকাৰী আৰু হত্যাৰ কাৰণ লৈ বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে
Bilasipara Part, Dhubri | Sep 20, 2026
👉বিলাসীপাৰাৰ কাজাইকাটা ষষ্ট খণ্ড গাওঁত সংঘটিত হয় এক লোমহৰ্ষক হত্যা কাণ্ড। 👉নিশা খেতি পথাৰত তেজৰে তুমুৰলি হৈ পৰি থকা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ। 👉মুৰত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহ প্ৰত্যক্ষ দৰ্শীৰ। 👉
Bilasipara Part, Dhubri | Sep 20, 2026
আজি জুবিন দিবস।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰাতো আজি দিবসটি ব্যতিক্ৰমী কাৰ্যসুচীৰে পালন কৰা হয়। #bilasipara #zueengarg #dhubri
Bilasipara Part, Dhubri | Sep 19, 2026
Bilasipara Part, Dhubri | Sep 19, 2026
শিক্ষিত নিবনুৱা যুৱক-যুৱতী লৈ সু-খবৰ! বিলাসীপাৰাৰ বেলতলীত আৰম্ভ হৈছে এক নতুন সম্ভাৱনাৰ দুৱাৰ। শুভাৰম্ভ হৈছে Digital Epoxy – Flooring Resin & Art Training Centre। শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে চাকৰিৰ অপেক্ষাত থকাৰ পৰিৱৰ্তে এতিয়া শিকিব পাৰে এক আধুনিক আৰু ব্যৱহাৰিক দক্ষতা— Digital Epoxy Flooring আৰু Resin Art।
Bilasipara Part, Dhubri | Sep 19, 2026
.আজি জুবিন দিবস।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰাতো আজি দিবসটি ব্যতিক্ৰমী কাৰ্যসুচীৰে পালন কৰা হয়। শিক্ষাগুৰু সকলে নিজৰ গাঠিৰ ধনৰে খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয় চৌহদত প্ৰতিষ্টা কৰে জুবিন দা’ৰ স্মৃতি-ক্ষেত্ৰ।য’ত স্থাপন কৰে হিয়াৰ আমঠু জুবিন দা’ৰ আৱক্ষ মূৰ্তি। #zueengarg #dhubri #dhubri joizubeen #bilasipara #zueengarg
Bilasipara Part, Dhubri | Sep 19, 2026