নলবাৰী: নলবাৰী জিলা বিজেপিৰ আটাইকেইটা মৰ্চাৰ নৱ নিৰ্বাচিত সভাপতিসকলে জিলা খনৰ টিহু, মধুপুৰ, মণ্ডল সভাপতি সকলৰ শুভাশীষ গ্ৰহণ কৰে
নলবাৰী জিলা বিজেপিৰ আটাইকেইটা মৰ্চাৰ নৱ নিৰ্বাচিত সভাপতিসকলে জিলা খনৰ টিহু, মধুপুৰ, মণ্ডল সভাপতি সকলৰ শুভাশীষ গ্ৰহণ কৰে ।নলবাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত কুমাৰ বুজৰবৰুৱা নিৰ্দেশনা মৰ্মে শুক্ৰবাৰে বিয়লি প্ৰায় চাৰি মান বজাত নলবাৰী জিলা বিজেপিৰ আটাইকেইটা মৰ্চাৰ নৱ নিৰ্বাচিত সভাপতিসকলে নলবাৰী জিলাৰ আটাইকেইটা মণ্ডলৰ সভাপতিসকলৰ শুভাশীষ গ্ৰহণৰ বাবে উপস্থিতিৰ দ্বিতীয় পৰ্যায়ত টিহু, মধুপুৰ, পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ, পশ্চিম নলবাৰী,বৰক্ষেত্ৰী ধৰ্মপুৰ, বৰক্ষেত্ৰী পশ্চিম নলব