মৰিগাঁও: সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱটো ভূমিকম্পৰ তীব্ৰ জুকাৰণি, বিভিন্ন থাইৰ লগতে মৈৰাবাৰীটো সৃষ্টি হল হাহাকাৰ পৰিস্থিতিৰ
সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱটো ভূমিকম্পৰ তীব্ৰ জুকাৰণি, ঠায়ে ঠায়ে সৃষ্টি হল হাহাকাৰ পৰিস্থিতিৰ। আজি বিয়লি ৪:৪১ মিনিটত সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও জিলাতো তীব্ৰ জুকাৰণিৰ সৃষ্টি কৰে। উত্তৰ অসমৰ পৰা হোৱা এই ভূমিকম্পত মৰিগাঁও বিশাল মেগা মাৰ্টত কিছু সামগ্ৰী পৰি ভাঙি চুৰ্ণ বিচোৰ্ণ হোৱাৰ সমান্তৰালকৈ মৈৰাবাৰীত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ। ভূমিকম্পৰ তীব্ৰ জুকাৰণিৰ বাবে নিজৰ দোকান এৰি পলায়ন কৰা দৃশ্য বন্দী হৈছে cctv ত।