পূব ডিব্ৰুগড়: মোহনবাৰী বায়ুসেনাত বিদ্যুৎষ্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু, আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ, লাহোৱালত প্ৰতিক্ৰিয়া আছুৰ
ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনাত আজি কৰ্মৰত অৱস্থাত বিদ্যুৎষ্পৃষ্ট হৈ অকাল মৃত্যু হয় এজন শ্ৰমিকৰ। মৃত্যু হোৱা শ্ৰমিক জন চাবুৱাৰ হেজেল বেংক চাহ বাগিচাৰ মুড়া লাইনৰ বিকি দাস বুলি জানিবলৈ দিয়ে। আজি সোমবাৰে সন্ধিয়া ৮ বজাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৱে। মোহনবাৰী বায়ুসেনাত দিনেশ গগৈ এন্টাৰপ্ৰাইজ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠান টোৰ অধীনত কাৰ্মৰত আছিল নিহত বিকি দাস