দিছপুৰ: মহানগৰীৰ নাৰেংগীত ভয়ংকৰ ঘটনা
ড্ৰাগছৰ বাবে চৰম সিদ্ধান্ত এজন মেধাৱী ছাত্ৰৰ
গুৱাহাটী মহানগৰীৰ নাৰেংগীত ভয়ংকৰ ঘটনা ড্ৰাগছৰ বাবে চৰম সিদ্ধান্ত এজন মেধাৱী ছাত্ৰৰ।ড্ৰাগছৰ বাবে পৰিয়ালৰ লোকে টকা নিদিয়াৰ বাবে জুইলগাই আত্মহত্যা অভিযান্ত্ৰিক মেধাৱী ছাত্ৰজনৰ।মৃত ছাত্ৰ জন হল বন্দীপ শইকীয়া। ডিব্ৰুগড় অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল মৃত যুৱক জন।