Public App Logo
Profile Picture

গুৱাহাটী খবৰ

@ghynews
23589Followers
0Following
দিছপুৰ: বিজেপি যুৱ মৰ্চাৰ  কামৰূপ মহানগৰ জিলা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক,বিভিন্ন বিষয়ক লৈ আলোচনা
দিছপুৰ: মহানগৰীৰ চচল ধৰ্ণা স্থলীত বেংক কৰ্মচাৰীৰ প্ৰতিবাদ
, বেংক কৰ্মচাৰীৰ সংগঠন দ্য ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নৰ দ্বাৰা
দিছপুৰ: নামনি সোৱণশিৰি জলবিদ্যু প্ৰকল্পৰ পৰা বাণিজ্যিকভাৱে বিদ্যুৎ উৎপাদন প্ৰতিক্ৰিয়া  আছুৰ সভাপতি উৎপল শৰ্মাৰ
দিছপুৰ: মহানগৰীৰ চচলৰ ধৰ্না স্থলীত উত্তাল প্ৰতিবাদ ১০৮ কৰ্মী ৰ,তীব্ৰ সমালোচনা কৰে চৰকাৰক
দিছপুৰ: গুৱাহাটীৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন সুকন্ঠশিল্পী কৃতিকা নাথৰ কিন কিন বৰষুণ"নামেৰে এটা ভিডিঅ' এলবাম মুকলি
দিছপুৰ: আজি খানাপাৰাত স্বাস্থ্য বিভাগৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান বিভিন্ন কাৰিকৰী আৰু অকাৰিকৰী পদত প্ৰদান নিযুক্তি পত্ৰ
দিছপুৰ: মহানগৰীৰ বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
দিছপুৰ: গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে  সদৌ অসম ভাওনা সন্মিলন,দিছপুৰত অনুষ্ঠিত হৈছে এই ভাওনা সন্মিলন
দিছপুৰ: মহানগৰীৰ নেডফিত মহিলা সমন্বয় সন্মিলন উত্তৰ অসম প্ৰান্ত মহিলা সকলৰ গুৱাহাটী মহানগৰ জিলা সমিতি কেইটা বিষয়ক লৈ আলোচনা
দিছপুৰ: গুৱাহাটী দিছপুৰত অনুষ্ঠিত হোৱা সদৌ অসম ভাওনা সন্মিলনত উপস্থিত সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী
দিছপুৰ: মহানগৰীৰ পাথৰকোৱাৰীত উদ্ধাৰ মৃতদেহ,নলাত পৰি থকা অৱস্থাত মৃতদেহটো
দিছপুৰ: গুৱাহাটীত উপস্থিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গুৱাহাটী ৰাজপথতে দি বশিষ্ঠ বিজেপি কাৰ্য্যলয়লৈ গল নৰেন্দ্ৰ মোদী
দিছপুৰ: কাইলৈ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব পৰিস্থিতি বুজ লয় মন্ত্ৰী পিযুজ হাজৰিকাই
দিছপুৰ: নৰেন্দ্ৰ মোদী আগন্তুক অসম ভ্ৰমণ সন্দৰ্ভত আজি দিছপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ দিছপুৰত আলোচনা
দিছপুৰ: ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ,ৰাজীৱ ভৱনৰ পৰা যাত্ৰা আৰম্ভ কংগ্ৰেছ ,মিৰা বৰঠাকুৰৰ প্ৰতিক্ৰিয়া
দিছপুৰ: মহানগৰীৰ খাৰঘুলিত পুনৰ আন এটা মৃতদেহ উদ্ধাৰ, NDRFৰ অভিযানত উদ্ধাৰ মৃতদেহটো
দিছপুৰ: কৃষি পথাৰ ধংস কৰি চৰকাৰী মিটিং পাতিছে বিজেপিয়ে,  প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ  নেতা আকাশ দলে
দিছপুৰ: মহানগৰীৰ খাৰঘুলিত পুনৰ আন এজনৰ মৃতদেহ উদ্ধাৰ
,SDRF-NDRFৰ অভিযানত উদ্ধাৰ মৃতদেহটো
দিছপুৰ: ১৭ দিন অতিক্ৰম কৰিলে ১০৮ কৰ্মচাৰীৰ প্ৰতিবাদ,চচলৰ ধৰ্না স্থলীৰ পৰা সমালোচনা চৰকাৰক
দিছপুৰ: ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অন্যান্য পিছপৰা শ্ৰেণী (OBC) বিভাগৰ নৱ নিযুক্ত সভানেত্ৰী জয়া বৰুৱাৰ দ্বায়িত্ব গ্ৰহণ
দিছপুৰ: ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ দৰ্শনীয়
বিজয়ৰ স্মৃতিত বিজয় দিৱস  আৰু শ্ৰদ্ধাঞ্জলি দিঘলী পুখুৰীত
দিছপুৰ: ৭ লাখ টকা চুৰি হোৱাৰ অভিযোগ দি স্মাৰ্ট আৰক্ষীক নচুৱালে এজন ব্যক্তিয়ে, ঘটনা সন্দৰ্ভত DCP মৃণাল ডেকা প্ৰতিক্ৰিয়া
দিছপুৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  আগন্তুক অসম ভ্ৰমণৰ সময়ত এটা ৰোড শ্ব'ত অংশ ল'ব সমগ্ৰ পৰিস্থিতি বুজ লয় মন্ত্ৰী পিযুজ হাজৰিকাই
দিছপুৰ: প্ৰবীণ সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱা ডাঙৰীয়াৰ বিয়োগ অসমৰ বাবে এক বৃহৎ ক্ষতি নৱগ্ৰহত মন্তব্য মন্ত্ৰী পিযুজ হাজৰিকা
দিছপুৰ: ব্ৰহ্মপুত্ৰত পুনৰ এটা মৃতদেহ উদ্ধাৰ ,বুধবাৰে নিখোজ হৈছিল ৫ জন ব্যক্তি,সোমবাৰে দ্বিতীয়টো মৃতদেহ উদ্ধাৰ