গুৱাহাটী: পৃথক বড়োলেণ্ডৰ প্ৰস্তাৱ গৃহীত কৰা সন্দৰ্ভত খ্ৰীষ্টানবস্তিস্থিত হোটেল প্ৰগতি মেনাৰত সংবাদমেল পৃথিৰাজ নাৰায়ণ দেৱ মেছৰ
শুক্ৰবাৰে দিনৰ ১১.৩০ বজাত খ্ৰীষ্টানবস্তিস্থিত হোটেল প্ৰগতি মেনৰত সংবাদমেল বিটিআৰ শান্তি চুক্তিত মধ্যস্থতাকাৰী হিচাপে থকা পৃথিৰাজ নাৰায়ণ দেৱ মেছৰ ৷ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী বিটিআৰ চিফ থকা সময়তে বিটিআৰ বিধানসভাত পৃথক বড়োলেণ্ডৰ প্ৰস্তাৱ গৃহীত হয় ৷ এই বিষয়টো ইউপিপিএলৰ চীফ প্ৰমোদ বড়োৱে বিষয়টো সংশোধন বা বাতিলৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ পৃথিৰাজ নাৰায়ণ দেৱ মেছৰ ৷