ধুবুৰী ভাগ: চহৰত ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছ নেতৃত্বতৰ বৈঠক
সমাগত ঐতিহাসিক ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী একতা নিৰ্বাচনক কেন্দ্ৰ কৰি অধিক তৎপৰ ধুবুৰী জিলা NSUI হবলগীয়া নিৰ্বাচনক লৈ জিলা কংগ্ৰেছৰ প্ৰাঃ সভাপতি আবেদুৰ জামান জুৱেল,NSUI জিলা কমিটিৰ বিষয়ববীয়া আৰু ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ NSUI গোটৰ ছাত্ৰী সকলৰ সৈতে বৈঠক অনুষ্ঠিত হয় ।